Rules of barnagar boys lodge

১) প্ৰতিজন ছাত্ৰ Lodge ত নতুন ভৰ্তি হোৱাৰ পিছত তাৰ Full Address ৰ লগতে দেউতাকৰ MOBILE NUMBER টো BNC BOYS LODGE ৰ ADDRESSBOOK ত নথিভুক্ত কৰিব লাগিব।

২) Lodge ত নতুন ছাত্ৰ ভৰ্তি হলে তাৰ বাবে Senior সকলক পোন্ধৰ দিনৰ ভিতৰত Party দিয়াৰ লগতে ৫০০ টকা Making charge ৰ বাবে দিব লাগিব।

৩) প্ৰতিটো ৰুমত দুজন বা তিনিজন ছাত্ৰৰ বেছি থাকিব নোৱাৰিব।

৪) Lodge ত প্ৰতিজন ছাত্ৰৰ বাবে ডাঙৰক সন্মান আৰু সৰুক মৰম কৰাটো বাধ্যতামূলক।

৫) সকলোবোৰ ছাত্ৰৰ বাবে প্ৰতি মাহৰ ১–৫ তাৰিখৰ ভিতৰত ঘৰ ভাড়া, ৰান্ধনীৰ টকা আৰু বিদ্যুৎ বিল মনিটৰৰ হাতত লগতে খোৱাৰ টকা (ৰেচন বিল) lodge ৰ পৰিচালকৰ হাতত জমা দিয়াটো বাধ্যতামূলক।

৬) ১–৫ তাৰিখৰ ভিতৰত ৰুম ভাড়া, ৰান্ধনী ৰুমৰ ভাড়া,পোন্ধৰ দিনীয়া Duess ৰ টকা আৰু ৰান্ধনী বিল টকা জমা নিদিলে প্ৰতিদিনৰ বাবে ৫০ টকাকৈ জৰিমণা ভৰিব লাগিব।বিদ্যুৎ বিল আৰু গেছ বিল নিৰ্ধাৰিত সময়ত নিদিলে প্ৰতিদিনে ২০ টকাকৈ জৰিমণা দিয়াটো বাধ্যতামূলক।

৭) ওপৰত উল্লেখিত জৰিমণা খিনি প্ৰতিমাহৰ পৰিচালকজনে কোনো ছাত্ৰৰ পৰা লব নোৱাৰিব । এই জৰিমণা খিনি মনিটৰৰ দায়িত্বত ১৫ দিনীয়া duess ৰ শেষৰ meeting ত লোৱা হব।

৮) যিকোনো ধৰণৰ জৰিমনা আদায় দিয়াৰ সময়ত কোনো ধৰনৰ বাহানা অথবা অজুহাত মানি লোৱা নহব।

৯) যদি কোনো ছাত্ৰই নিজৰ ৰুমৰ কোনো ধৰণৰ ক্ষতি যেনে– লাইনৰ বোৰ্ড,Waring ৰ দৰ্জা-খিড়িকী অথবা যিকোনো ধৰণৰ ক্ষতি কৰিলে তাৰ বাবে জৰিমণা ভৰিব লাগিব।লগতে মনিটৰে যি সিদ্ধান্ত লব সেইটো মানি লব লাগিব।

১০) যদি কোনো ছাত্ৰই আন এজন ছাত্ৰৰ লগত কাজিয়া কৰে সেই পৰিস্থিতিত Lodge ৰ মনিটৰে যি সিদ্ধান্ত লব সেইটো মানি লব লাগিব।

১১) Lodge ত অনুপস্থতিত থকা সময়ত কোনো ছাত্ৰই যদি এদিন বা দুদিন থাকিব লগীয়া হয় তেন্তে,তেওঁ প্ৰতিসাজ খোৱাৰ বাবে ৫০ টকাকৈ পৰিচালকৰ হাতত জমা দিব লাগিব।
১২) ১৫ দিনীয়া Duess ৰ ভিতৰত কোনো ছাত্ৰই তিনিদিনতকৈ বেছি থাকিলে অৰ্থাৎ পাঁচ সাজৰ বেছি ভাত খালে সি সম্পূৰ্ণ টকা দিয়াটো বাধ্যতামূলক (ৰাতিপুৱাৰ ভাত ২ সাজ বুলি ধৰা হব)।

১৩) ১৫ দিনীয়া Duess ৰ ভিতৰত কোনো ছাত্ৰৰ এজন বন্ধু এদিন থাকিব পাৰিব।তাতকৈ বেছি দিন থাকিলে সেই ছাত্ৰ জনে, ছাত্ৰৰ বন্ধুৱে প্ৰতিসাজ খোৱাৰ বাবে ৫০ টকাকৈ পৰিচালকৰ হাতত জমা দিব লাগিব।

১৪) Lodge ত সম্পূৰ্ণ মাহ অনুপস্থতিত থাকিলেও বিদ্যুৎ বিল গেছ বিল আৰু ঘৰ ভাড়াৰ সম্পূৰ্ণ টকা আদায় দিয়াটো বাধ্যতামূলক।

১৫) কোনো ছাত্ৰই যদি ২ মাহ অনুপস্থতিত থাকে তেন্তে Lodge ৰ মনিটৰ জনে যদি তেওক ৰুমৰ পৰা ওলাই দিব বিচাৰে তেন্তে ৰুমৰ পৰা ওলাই যাব লাগিব।

১৬) Lodge ৰ চৌপাশ,Bathroom,Toilet আদি প্ৰতি সপ্তাহৰ ৰবিবাৰে ছাফা কৰিব লাগিব।

১৭) যদি কিবা কাৰণত কোনো ছাত্ৰই Lodge এৰি দিব লগা হয় , তেন্তে Lodge ৰ মনিটৰৰ ওচৰত নিম্নতম ১সপ্তাহ আগত লিখিত আবেদন দিব লগিব।

১৮) যদি কোনো ছাত্ৰই Lodge ৰ পৰা ঘৰত যাব বিচাৰে তেন্তে লিখিত আবেদন দিয়াৰ উপৰিও মনিটৰৰ বহীত ঘৰত যোৱাৰ তাৰিখ আৰু চহী কৰি যাব লাগিব।

                                                                            ওপৰত উল্লেখিত নিয়মসমূহ আমি সকলো ছাত্ৰই মানি ললো আৰু যদি আমি কিবা কাৰণত নিয়ম সমূহ ভংগ কৰো তাৰবাবে মনিটৰে লোৱা সিদ্ধান্ত আমি মানি লম।তাৰবাবে আমি লিখিত প্ৰতিজ্ঞা কৰিলোঁ।
                                ইতি আপোনালোকৰ Lodge ত থকা বিশ্বাসী ছাত্ৰ___________

You can download pdf file

Click here for Download pdf file
👇👇👇👇👇👇👇👇👇👇👇
                    Download
Click here for Download Marketing list
👇👇👇👇👇👇👇👇👇👇👇👇👇👇
                       Download
Click here for Download Marketing voucher template
👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇
                        Download
Click here for Download Addmission form
👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇
                       Download
Contact us
YouTube

Web Site Tech Banner Assamese.

Rate this article

Getting Info...

Cookies Consent

This website uses cookies to ensure you get the best experience on our website.

Cookies Policy

We employ the use of cookies. By accessing Plus UI, you agreed to use cookies in agreement with the Plus UI's Privacy Policy.

Most interactive websites use cookies to let us retrieve the user’s details for each visit. Cookies are used by our website to enable the functionality of certain areas to make it easier for people visiting our website. Some of our affiliate/advertising partners may also use cookies.