About me
Hi,
I am Makibul Islam,
Web Site Tech Banner Assamese.
And i am from nalbari which is a small district of assam,
And assam is a state of india,
Also i am a student of BARNAGAR COLLEGE sorbhog, in B.Sc 1st sem ,, my subjects are Physics,Chemistry mathematics,and English,
বৰনগৰ মহাবিদ্যালয় ৰ প্ৰায় সকলোৱে জানে বিজু আহমেদ বুলি এজন লৰা আছে।কিন্তু সকলোৱে মোক দেখা নাই।দেখা পালেও চিনি নাপাই যে ময়েই সেই বিজু আহমেদ।
আৰু মই যদি কও যে মই এ বিজু আহমেদ তেতিয়া হয়তো কোনেও বিশ্বাস নকৰিব।
প্ৰায় বহুতেই লগ কৰিব বিচাৰে কিন্তু মই নোৱাৰিম।
যদি কোনোবা দিন তুমি গম পোৱা তেতিয়া মাত এষাৰ দিব বুলি আশা ৰাখিলোঁ
If you have any problem or you need any help (college courses,or another problem, then contact me,,
"I love humanity, I don't care about humans - there are some people in the world who would be insulted a dog if we were compared them to a dog."
("মই মানবতাক ভাল পাওঁ,, মানুহক খাতিৰ নকৰো--কিছুমান মানুহ আছে পৃথিৱীত যাক কুকুৰৰ লগত তুলনা কৰিলেও কুকুৰক সৰু কৰা হব")
"I like knowledge, I don't like wise people - there are some wise people who don't know how to talk with a man."
("মই জ্ঞান ভাল পাওঁ,, জ্ঞানী মানুহক ভাল নাপাওঁ--কিছুমান জ্ঞানী মানুহ আছে যিবোৰে এজন মানুহৰ লগত কথা কেনেকৈ কব লাগে সেইটো অ' নাজানে")
("I like madness, I don't like lunats - there are some lunatics who are responsible for their own work.")
"মই পাগলামি ভাল পাওঁ,,পাগল ভাল নাপাওঁ--কিছুমান পাগল আছে যিবোৰ পাগলে নিজেই দায়ী সি পাগল হোৱাৰ বাবে"
"I love happiness, I don't like a happy life - there are some happy lives who can afford to eat and sleep but cant find peace even if they go around the world looking for peace."
"মই সুখ ভাল পাওঁ,,সুখী জীৱনক ভাল নাপাওঁ--কিছুমান সুখী জীৱন আছে যিসকলে খোৱা আৰু শুৱাৰ অভাৱ নহ'লেও শান্তি বিছাৰি গোটেই বিশ্বজুৰি ঘুৰি ফুৰিলেও অকমান শান্তি বিছাৰি নাপায়"
Rate this article
Getting Info...
Post a Comment