কেনেকৈ দিব লাগিব অনলাইন পৰীক্ষা? কেনেকৈ লিখিব লাগিব? কেনেকৈ page ত কত কি লিখিব লাগিব?
আমি সকলোৱে জানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনলাইন মাধ্যমত হৈ আছে।
কিন্তু কেনেকৈ লিখিব লাগিব সেইটো সকলোৱে নাজানো। অথবা A4 size paper অত কেনেকৈ আচ্ টানিব লাগিব অথবা কত ৰোল নং,কত registration no. কত paper code লিখিব লাগিব সেইটো নাজানো।
মোৰ ঘমাবলৈ একো নাই মই কৈ আছোঁ সকলো বোৰ।
তলত দিয়া দৰে A4 sige paper ত আচ্ টানিব লাগিব।যেনেকৈ আছে ঠিক তেনেকৈ আচ্ টানিব লাগিব।
এতিয়া কথা হল কত কি লিখিব লাগিব_______
উপৰৰ বাওঁফালে থকা অলপ ডাঙৰ বাকচত subject & subject code লিখিব লাগিব
মনত ৰাখিব আপুনি মাত্ৰ 10 ত page হে লিখিব পাৰিব।
আটাইতকৈ ডাঙৰ কথা হল লিখিব কত?
মাজৰ খালি ঠাইখিনিত লিখিব লাগিব
আপুনি যি বিষয়ত পৰীক্ষা দি আছে সেইটো বিষয়ৰ paper code লিখিব লাগিব।
এতিয়া আপোনাৰ লিখা page সম্পূৰ্ণ হল।কিন্তু এটা কথা আপুনি পৰীক্ষাত 10 ত page হে লিখিব পাৰিব ইয়াৰ বেছি লিখিব নোৱাৰে।
যদি আপুনি A4 size ৰ paper কিনি আনি এনেকৈ আচ্ টানি পৰীক্ষা দিম বুলি ভাবিছিল তেনেহলে আপোনাৰ বহুত সময় যাব।সেইবাবে তলত দিয়া ফটো টো download কৰি কম্পিউটাৰ দোকানৰ পৰা direct xerox কৰি লব পাৰে আপোনাৰ বহুত সময় ৰাহি হব
Must view👇👇👇
Contact me
WhatsApp: +91 7005209373
Web Site Tech Banner Assamese.
Rate this article
Getting Info...
Post a Comment