কেনেকৈ দিব লাগিব অনলাইন পৰীক্ষা? কেনেকৈ লিখিব লাগিব? কেনেকৈ page ত কত কি লিখিব লাগিব?

আমি সকলোৱে জানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনলাইন মাধ্যমত হৈ আছে।
কিন্তু কেনেকৈ লিখিব লাগিব সেইটো সকলোৱে নাজানো। অথবা A4 size paper অত কেনেকৈ আচ্ টানিব লাগিব অথবা কত ৰোল নং,কত registration no. কত paper code লিখিব লাগিব সেইটো নাজানো।
               মোৰ ঘমাবলৈ একো নাই মই কৈ আছোঁ সকলো বোৰ।
তলত দিয়া দৰে A4 sige paper ত আচ্ টানিব লাগিব।যেনেকৈ আছে ঠিক তেনেকৈ আচ্ টানিব লাগিব।
এতিয়া কথা হল কত কি লিখিব লাগিব_______
উপৰৰ বাওঁফালে থকা অলপ ডাঙৰ বাকচত subject & subject code লিখিব লাগিব
তাৰে সোফলে থকা  অলপ সৰু  বাকচত registration code লিখিব লাগিব
Registration no. লিখা বাকচত সোফালে আপুনি page no. লিখিব লাগিব।
মনত ৰাখিব আপুনি মাত্ৰ 10 ত page হে লিখিব পাৰিব।
আটাইতকৈ ডাঙৰ কথা হল লিখিব কত?
মাজৰ খালি ঠাইখিনিত লিখিব লাগিব
খালি ঠাই খিনিৰ তলত বাওঁফালে থকা বাকচত আপুনি আপোনাৰ ৰোল নং লিখিব লাগিব।
এই ৰোল নং লিখা বাকচত সোফালে থকা বাকচত আপুনি paper code লিখিব লাগিব।
আপুনি যি বিষয়ত পৰীক্ষা দি আছে সেইটো বিষয়ৰ paper code লিখিব লাগিব।
          এতিয়া আপোনাৰ লিখা page সম্পূৰ্ণ হল।কিন্তু এটা কথা আপুনি পৰীক্ষাত 10 ত page হে লিখিব পাৰিব ইয়াৰ বেছি লিখিব নোৱাৰে।
                 যদি আপুনি A4 size ৰ paper কিনি আনি এনেকৈ আচ্ টানি পৰীক্ষা দিম বুলি ভাবিছিল তেনেহলে আপোনাৰ বহুত সময় যাব।সেইবাবে তলত দিয়া ফটো টো download কৰি কম্পিউটাৰ দোকানৰ পৰা direct xerox কৰি লব পাৰে আপোনাৰ বহুত সময় ৰাহি হব
Must view👇👇👇
Contact me
WhatsApp: +91 7005209373
Web Site Tech Banner Assamese.

Rate this article

Getting Info...

Cookies Consent

This website uses cookies to ensure you get the best experience on our website.

Cookies Policy

We employ the use of cookies. By accessing Plus UI, you agreed to use cookies in agreement with the Plus UI's Privacy Policy.

Most interactive websites use cookies to let us retrieve the user’s details for each visit. Cookies are used by our website to enable the functionality of certain areas to make it easier for people visiting our website. Some of our affiliate/advertising partners may also use cookies.