UG students are requested to update their BANK DETAILS and FRONT PAGE OF PASSBOOK to Avail the TEXT BOOK GRANT of RS 1000/- on or Before 30 june 2022

UG students are requested to update their BANK DETAILS and FRONT PAGE OF PASSBOOK to Avail the TEXT BOOK GRANT of RS 1000/- on or Before 30 june 2022

প্ৰথমতে তুমি তুমি তোমাৰ unique id login কৰি লবা।
 তাৰ পিছত তলত দেখা পাবা update বুলি এটা button আছে।
Personal Details যদি কিবা সলনি কৰিব লাগে তেনেহলে তলত আৰু এটা update button পাবা ।তাতে click কৰি তুমি তোমাৰ Personal Details খিনি ভাল দৰে বহুৱাই save কৰি লবা। উদাহৰণ স্বৰূপে আগতে UG 3th Semester ত আছিলা এতিয়া UG 5th Semester ত পঢ়ি আছা।

তাৰ পিছত তলত আৰু এটা update বুলি এটা button আছে।

তাতে click কৰি তুমি তোমাৰ বেংক details খিনি ভাল দৰে বহুৱাই একেবাৰে তলত BANK PASSBOOK ৰ FRONT PAGE Upload কৰি save কৰি লোৱা।

সাৱধান: বেংক account details খিনি অশুদ্ধ কৈ নিলিখিবা।
হয়তো মনত এটা প্ৰশ্ন জাগিচে কি লাভ হব এই কাম টো কৰিলে
লাভ এটা আছে সেইটো হল তুমি তোমাৰ পাঠ্যপুথি খিনি বিনামূলীয়া কৈ পাবা।
আচলতে পাঠ্যপুথি নিদিয়ে ,,পাঠ্যপুথি কিনাৰ বাবে টকা হে দিব।
for update your bank details CLICK HERE
ভালকৈ জানিবৰ বাবে VIDEO চাব Click here or Click here

মোৰ লগত যোগাযোগ কৰিব বিচাৰিলে 
MY PERSONAL DETAILS ত click কৰা
এই পোষ্ট টোৰ পৰা কিবা উপকাৰ হলে 
এটা comments আৰু পোষ্ট টো share কৰিবলৈ নাপাহৰিবা

Follow me::::
FACEBOOK: CLICK HERE
INSTAGRAM: CLICK HERE 
YOUTUBE: CLICK HERE 
WHATSAPP:+91 7005209373
My Photo 
Web Site Tech Banner Assamese.

Rate this article

Getting Info...

Cookies Consent

This website uses cookies to ensure you get the best experience on our website.

Cookies Policy

We employ the use of cookies. By accessing Plus UI, you agreed to use cookies in agreement with the Plus UI's Privacy Policy.

Most interactive websites use cookies to let us retrieve the user’s details for each visit. Cookies are used by our website to enable the functionality of certain areas to make it easier for people visiting our website. Some of our affiliate/advertising partners may also use cookies.